Dear All,

A group of young enthusiastic  Assamese people are panning for an
experimental project to produce online audible version of some classic
Assamese masterpieces. As a beginning, we have taken Roxoraj Lakshinath
Bezbaruah's short play "Godadhor Roja".   Here we launch it for audience.
Just keep it mind that this is not an 'DRAMA' it is
audible version of  Drama script or Audio book (শ্ৰব্য নাট্য-পাঠ).  We would
appreciate your feedback and comments.

Click the link given below and PLAY->
http://soundcloud.com/kothabotora/godadhor-roja

ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ যোগেদি ‘সামূহিক
স্বেচ্ছামূলক অৱদানে’ৰে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়োৱা হৈছে লক্ষ্মীনাথ
বেজবৰুৱাদেৱৰ 'গদাধৰ ৰজা' (শ্ৰব্য কিতাপ) শ্ৰব্য নাট্য-পাঠ । এইখন মূল নাটকখনৰ
শ্ৰৱ্য ৰূপ হে, ঠিক শ্ৰৱ্য নাটক পাঠৰ সুবিধাৰ বাবে আটাইখিনি একেলগে গোটাই লোৱা
হৈছে।মূল কিতাপখনৰ শ্ৰৱ্য ৰূপ এটি প্ৰস্তুত কৰাটোহে এই প্ৰকল্পৰ মূল উদ্দেশ্য।

চৰিত্ৰ ৰূপায়ণত :
--------------------------
কমলা – মৌচুমী ভুঞা চৌধুৰী (জাৰ্মানী)
বিমলা – মিতালী বৰ্মন (নতুন দিল্লী)
গেন্ধেলা – মৃণাল জ্যোতি গোস্বামী (গুৱাহাটী)
মঙলা – প্ৰদ্যুৎ জ্যোতি শইকীয়া (কৰিমগঞ্জ, অসম)
দেউতাকৰ চিঠিৰ পাঠ – পংকজ বৰা (নৰৱে)
আঁত ধৰিছে – উদ্দীপ তালুকদাৰে (বৰপেটা, অসম)।
সম্পাদনা আৰু সংযোজন—চাও দীপাংকৰ বৰুৱা (তিনিচুকীয়া , অসম)
বিশেষ কৃতজ্ঞতা— নাটখন ইউনিক'ডত ৰূপান্তৰ কৰি দিয়াৰ বাবে অঞ্জল বৰা (ইন্দ'ৰ,
মধ্য-প্ৰদেশ), পংকজ বৰা আৰু ‘অসমীয়াত কথা-বতৰা’ গোটৰ সমূহ সদস্য।
সামগ্ৰিক পৰিকল্পনা আৰু প্ৰযোজনা: উদ্দীপ তালুকদাৰ

We would also invite you to visit the community based Unicode website on
Assamese literature   http://www.xahitya.org/ ( অসমীয়া ইউনিক'ডত লিখা মেলা
কৰাৰ এক সম্পূৰ্ণ বিনামূলীয়া  মুকলি মঞ্চ , এটা বৌদ্ধিক আন্দোলন৷ )

Regards,
-- 
Pankaj Barah
_______________________________________________
assam mailing list
assam@assamnet.org
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to