আজি সমগ্র অসম তথা বৰাক উপত্যকাৰ বঙালি সকলে পালন কৰিব ১৯শ মে, ভাষা ছহীদ দিবস।
এই বাৰ ১৯৬১ৰ ভাষা আন্দোলনৰ ৫০ বছৰ সম্পূর্ণ হ'ব। মোৰ আক্ষেপ আজি যেতিয়া ইংৰাজী
ভাষাৰ আধিপত্যৰ মুখত পৰি সমগ্র ভাৰতবর্ষৰ প্রতিটো ভাষা বিপন্ন, তেতিয়া এই ছহীদ
দিবসৰ অনুষ্ঠানবোৰত প্রকাশ পাব 'অসমীয়া'ৰ বিৰুদ্ধে প্রবল উষ্মা। অসমিয়াই সেই
খবৰ ৰাখেনে? অনাগত ভবিষ্যতৰ কোনো ক্ষোভৰ উদ্গীৰণৰ আগতেই সেই ঊষ্মাৰ নিৰাকৰণৰ
বাবে ল'বনে কোনো উদ্যোগ? এক মাত্র 'ব্যতিক্রম সাংস্কৃতিক মঞ্চ'ই আয়োজন কৰা আজিৰ
গুৱাহাটিৰ অনুষ্ঠানত প্রথমবাৰৰ বাবে ভাগ ল'ব অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক
পৰমানন্দ ৰাজবংশীদেৱে। আহক আমি এই বন্ধুত্বৰ প্রয়াসক স্বাগত জনাওঃ ১৯ মে
সম্পর্কে জানিবলৈ পঢ়কঃ১)http://www.dainikjugasankha.net/silcharedition/ind
ex.php?index=4 ২)http://dainikprantojyoti.com/page4.html

-- 
Sushanta Kar
সুশান্ত কর
তিনসুকিয়া, আসাম

আমার ব্লগগুলি:
http://sushantakar40.blogspot.com
http://ishankonerkahini.blogspot.com
http://ishankonerkotha.blogspot.com
আমার সম্পাদিত 'প্রজ্ঞান'
http://pragyan06now.blogspot.com
http://sites.google.com/site/pragyan06now

"স্বাজাত্যের অহমিকার থেকে মুক্তি দানের শিক্ষাই, আজকের দিনের প্রধান শিক্ষা"
রবীন্দ্রনাথ
_______________________________________________
assam mailing list
assam@assamnet.org
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to