Dear All,
Here is an information from XOBDO ( http://www.xobdo.org ) on XOBDO's Essay Competition 1. Please information ( http://www.bihu.in/uploads/b/buljit/1076.jpg ) about Essay Competition among students. What is XOBDO? 'XOBDO' (means sound or word in Assamese) is a non-profit organization formed with a group of volunteers located in various parts of the globe with the common interest of promoting the languages of the North-East India in the cyberworld. Members of Xobdo are voluntarily collaborating to construct and maintain this website. In March, 2006 the Xobdo team began working on the online English and Assamese bidirectional dictionary. Currently, Xobdo has a number of North-Eastern languages included in its dictionary. Thanks Buljit Buragohain Publicity Team, http://xobdo.org Mobile No: 9435188630 'শব্দ'-ৰচনা প্ৰতিযোগিতা-১ অন্তিম তাৰিখ: ৩০-নবেম্বৰ, ২০১০ চন৷ ভাষা: কেৱল অসমীয়া শ্ৰেণী: পঞ্চম-মানলৈকে বিষয়: কম্পিউটাৰ আৰু মই শব্দ সংখ্যা: ১০০-১৫০ শ্ৰেণী: ষষ্ঠমানৰ পৰা দশম-মানলৈকে বিষয়: ২০৫০চনৰ অসম শব্দ সংখ্যা: ১০০০-১৫০০ শব্দ৷ শ্ৰেণী: একাদশ মানৰ পৰা স্নাতক মহলালৈকে৷ বিষয়: আমাৰ সমাজত তথ্য প্ৰযুক্তিৰ প্ৰভাৱ৷ শব্দ সংখ্যা: ২০০০-২৫০০ শব্দ৷ ৰচনাসমূহ স্পষ্টকৈ, প্ৰতিশাৰীৰ মাজত অন্ততঃ ১ চে.মি. ব্যৱধান ৰাখি ১) পৰাপক্ষত অসমীয়া ইউনিকোডত (Unicode) লিখি, অথবা ২) হাতে লিখা পৃষ্ঠা স্কেন কৰি, অথবা ৩) ৰামধেনু, শ্ৰীলিপি আদিত লিখা পৃষ্ঠা স্কেন কৰি ই-পত্ৰ যোগে ad...@xobdo.org, bul...@xobdo.org, bi...@xobdo.org লৈ অথবা তলৰ ঠিকনাত চিঠি হিচাপে পঠিয়ায় যেন- শব্দ.সংঘ ঘৰ নং ২০, অশোক পথ বেলতলা, গুৱাহাটী-২৮ অসম XOBDO.ORG House No-20, Ashok Path Beltola, Guwahati-28 Assam, India.